Rupaliparda.com
কাৰ্তিকৰ বিবাহ সম্বন্ধে জানিব লাগিব তেওঁৰ মাতৃৰ পৰাহেঃ 1

কাৰ্তিকৰ বিবাহ সম্বন্ধে জানিব লাগিব তেওঁৰ মাতৃৰ পৰাহেঃ

বলীউড অভিনেতা কাৰ্তিক আৰিয়নৰ নাম প্ৰায়ে সাৰা আলী খান তথা অনন্যা পাণ্ডেৰ সৈতে যোৰা লগোৱা হয়। এই সন্দৰ্ভতে যেতিয়া মিডিয়াই কাৰ্তিক আৰিয়নক প্ৰশ্ন কৰে যে “তেওঁ বৰ্তমান বিবাহক লৈ কি ভাবে??”

কাৰ্তিকৰ বিবাহ সম্বন্ধে জানিব লাগিব তেওঁৰ মাতৃৰ পৰাহেঃ 2


তেতিয়া তেওঁ কয় যে, “ইয়াৰ বিষয়ে মই মোৰ মাক সুধিব লাগিব। বৰ্তমান মই নিজৰ কেৰিয়াৰত ধ্যান দিছো।” কাৰ্তিকৰ আহিবলগীয়া “পতি পত্নী ঔৰ ৱো” ছবিখন বিবাহিত পুৰুষৰ কিছু সাংসাৰিক কন্দলৰে নিৰ্মাণ কৰা হৈছে।

কাৰ্তিকৰ বিবাহ সম্বন্ধে জানিব লাগিব তেওঁৰ মাতৃৰ পৰাহেঃ 3


উক্ত ছবিখনৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ফাৰ্ষ্ট লুক পোষ্টাৰ আৰু অতি শীঘ্ৰেই মুকলি কৰি দিয়া হ’ব ইয়াৰ ট্ৰেইলাৰ। ছবিখনত কাৰ্তিকৰ সৈতে অভিনয় কৰিছে ভূমি পাডনেকাৰ আৰু অনন্যা পাণ্ডেই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.