অসমীয়া মেখেলা-ছাদৰ পৰিধান কৰি নিজ নিজ চচিয়েল মিডিয়াত একোখনকৈ ফটো আপলোড কৰি দৰ্শকক কাতি বিহুৰ শুভকামনা জনাইছে অসমীয়া চলচিত্ৰ জগতৰ কেইবাগৰাকীও মোহময়ী অভিনেত্ৰীয়ে। আইমী বৰুৱা, বৰষা ৰাণী, সুবাসনা দত্তকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে আদৰিলে নিজৰ বাপতি সাহোন “বিহু” টিক। তলত চাওঁক এওঁলোকৰ ফটো সমূহঃ

Add comment