Rupaliparda.com
অপেক্ষা সন্ধিয়ালৈঃ আহি আছে দীপলিনাৰ "ৰং-বিৰং"- 1

অপেক্ষা সন্ধিয়ালৈঃ আহি আছে দীপলিনাৰ “ৰং-বিৰং”-

আজিয়ে আপোনালোকৰ সমুখলৈ আহিব দীপলিনাৰ কন্ঠত নতুন গীত “ৰং-বিৰং”। গীতটিৰ মুক্তিৰ বাবে দৰ্শতকৈ অধিক আগ্ৰহেৰে বাট চাই ৰৈছিল কন্ঠশিল্পী দীপলিনাই। গতিকে এই অপেক্ষাৰ অন্ত পেলাই অক্টোবৰৰ ১৯ তাৰিখে সন্ধিয়া বেলাত মুক্তি লাভ কৰিব উক্ত গীতটিয়ে।

অপেক্ষা সন্ধিয়ালৈঃ আহি আছে দীপলিনাৰ "ৰং-বিৰং"- 2


“ৰং-বিৰং” ৰ ভিডিঅ’ সংস্কৰণত দীপলিনাৰ সৈতে দেখিবলৈ পোৱা যাব চুমকি কছাৰীক অৰ্থাৎ “বিউতি বাইলুং ” নামে জনপ্ৰিয় চৰিত্ৰটি ৰূপায়ন কৰা অভিনেত্ৰী গৰাকীক।ৰোমান্টিক নহয়; অইন থীমৰ সৈতেহে এইবাৰ দীপলিনা আহিব দৰ্শকৰ মাজলৈ।

অপেক্ষা সন্ধিয়ালৈঃ আহি আছে দীপলিনাৰ "ৰং-বিৰং"- 3


ইয়াৰ লগতে, উক্ত “ৰং-বিৰং” গীতটি লিখিছে ৰাজদ্বীপে লগতে ইয়াত সুৰ দিছে প্ৰণয় দত্তই। গীতটিৰ পৰিচালনাত আছে সুভ্ৰত কাকতি।

Add comment

Leave a Reply