Rupaliparda.com
"ঢোলে-দগৰে" অনুষ্ঠানটিৰ পৰা জনপ্ৰিয় হৈ উঠা বৰ্তমানৰ আৰ.জে. তন্ময়ঃ 1

“ঢোলে-দগৰে” অনুষ্ঠানটিৰ পৰা জনপ্ৰিয় হৈ উঠা বৰ্তমানৰ আৰ.জে. তন্ময়ঃ

“ঢোলে-দগৰে” অনুষ্ঠানটোৰ পৰা জনপ্ৰিয় হৈ উঠা তৰুণ গগৈ ওৰফে আৰ.জে তন্ময় বৰ্তমান সময়ৰ এটা খুব জনপ্ৰিয় নাম। নিজ কথাৰ ৰসেৰে জনসাধাৰণৰ হৃদয় জিনা এই গৰাকী আৰ.জে তন্ময়ক ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো জন্মদিনৰ অশেষ শুভকামনা।

"ঢোলে-দগৰে" অনুষ্ঠানটিৰ পৰা জনপ্ৰিয় হৈ উঠা বৰ্তমানৰ আৰ.জে. তন্ময়ঃ 2


সোমবাৰৰ পৰা শনিবাৰলৈ ৰাতিপুৱা ১১ বজাৰ পৰা দুপৰীয়া ৩ বজালৈ ৰেড.এফ.এমত সম্প্ৰচাৰিত “মিড ডে মছালা” শীৰ্ষক অনুষ্ঠানটিত শুনিবলৈ পোৱা যায় আৰ.জে তন্ময়ক।

"ঢোলে-দগৰে" অনুষ্ঠানটিৰ পৰা জনপ্ৰিয় হৈ উঠা বৰ্তমানৰ আৰ.জে. তন্ময়ঃ 3
"ঢোলে-দগৰে" অনুষ্ঠানটিৰ পৰা জনপ্ৰিয় হৈ উঠা বৰ্তমানৰ আৰ.জে. তন্ময়ঃ 4


একাংশ যুৱ প্ৰজন্মৰ প্ৰিয় অনুষ্ঠান উক্ত “মিড ডে মছালা” ত আকৰ্ষণীয় কিছু বিষয় লয় আগবাঢ়ে আৰ.জে তন্ময়। হাঁহিমুখীয়া এই গৰাকী আৰ.জে ক তেওঁৰ সফল ভৱিষ্যত কামনা কৰি পুনৰ বাৰ জন্মদিনৰ শুভকামনা জনাইছো।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.