Rupaliparda.com
আত্মা-পৰমাত্মাৰ মিলনেৰে নাটক "ভগৱদজ্জুকম": 1

আত্মা-পৰমাত্মাৰ মিলনেৰে নাটক “ভগৱদজ্জুকম”:

চলিত মাহৰ ২১ তাৰিখৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে “প্ৰাগজ্যোতিষ নাট্য উৎসৱ”। প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ পঞ্চদশ বৰ্ষপূৰ্তি উপলক্ষে অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত এই নাট্য উৎসৱখন অনুষ্ঠিত কৰা হয়।

আত্মা-পৰমাত্মাৰ মিলনেৰে নাটক "ভগৱদজ্জুকম": 2
আত্মা-পৰমাত্মাৰ মিলনেৰে নাটক "ভগৱদজ্জুকম": 3


উক্ত ৫ দিনীয়া কাৰ্যসূচীত নিতৌ সন্ধিয়া ৬.৩০ বজাত একোখনকৈ নাটক প্ৰদৰ্শিত কৰা হয়। “প্ৰাগজ্যোতি নাট্য উৎসৱ” ৰ তৃতীয়টো দিনা “ভগৱদজ্জুকম” শীৰ্ষক নাটক খন দৰ্শকৰ আগত প্ৰদৰ্শিত কৰা হৈছিল। সংস্কৃত ভাষাৰ এই নাটখনৰ অসমীয়া অভিযোজনা কৰিছে মৃণাল কুমাৰ বৰাই লগতে নাটখনৰ পৰিচালনাৰ আঁৰত আছিল অঞ্জল বৰা ।

আত্মা-পৰমাত্মাৰ মিলনেৰে নাটক "ভগৱদজ্জুকম": 4


“ভগৱদজ্জুকম” ক উদ্দেশ্যি পৰিচালক অঞ্জল বৰাৰ এক্সক্লুছিভ বাইট চাওঁক ৰূপালী পৰ্দাতঃ

আত্মা-পৰমাত্মাৰ মিলনেৰে নাটক "ভগৱদজ্জুকম": 5

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform