Rupaliparda.com
ডিজাইনাৰ প্ৰশান্ত ঘোষৰ সকীয়নিঃ "নৰ্থ ইষ্ট ইন্টাৰনেছনেল ফেশ্বন উইক" ৰ নাম চুৰি সন্দৰ্ভত আয়োজন সংবাদ মেলৰ- 1

ডিজাইনাৰ প্ৰশান্ত ঘোষৰ সকীয়নিঃ “নৰ্থ ইষ্ট ইন্টাৰনেছনেল ফেশ্বন উইক” ৰ নাম চুৰি সন্দৰ্ভত আয়োজন সংবাদ মেলৰ-

অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ফেশ্বন জগত খনৰ এটা জনপ্ৰিয় নাম হৈছে প্ৰশান্ত ঘোষ। বিগত ২০-২৫ বছৰ ধৰি ফেশ্বন ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰশান্ত ঘোষ বৰ্তমান ক্ষোভিত হৈ পৰিছে। যোৱা ৫ বছৰ ধৰি প্ৰশান্ত ঘোষৰ উদ্যোগত অনুষ্ঠিত হৈ অহা “নৰ্থ ইষ্ট ইণ্টাৰনেছনেল ফেশ্বন উইক” শীৰ্ষক অনুষ্ঠানটোৰ নাম চুৰি সন্দৰ্ভত গুৱাহাটীস্থিত প্ৰেছ ক্লাৱত ডিজাইনাৰ গৰাকীয়ে এখন সংবাদ মেলৰ আয়োজন কৰে।


জিতুমণি টেৰণে একে নামৰ অনুষ্ঠান এখন নিজৰ ফালৰ পৰা আয়োজন কৰি লোৱা এই ভুল পদক্ষেপত ডিজাইনাৰ প্ৰশান্ত ঘোষ ক্ষোভিত হোৱাৰ লগতে তেওঁ কয় যে-

ডিজাইনাৰ প্ৰশান্ত ঘোষৰ সকীয়নিঃ "নৰ্থ ইষ্ট ইন্টাৰনেছনেল ফেশ্বন উইক" ৰ নাম চুৰি সন্দৰ্ভত আয়োজন সংবাদ মেলৰ- 2
জিতুমণি টেৰণ
ডিজাইনাৰ প্ৰশান্ত ঘোষৰ সকীয়নিঃ "নৰ্থ ইষ্ট ইন্টাৰনেছনেল ফেশ্বন উইক" ৰ নাম চুৰি সন্দৰ্ভত আয়োজন সংবাদ মেলৰ- 3
জিতুমণি টেৰণ

“মোৰ এই ইভেন্টটো স্বীকৃতিপ্ৰাপ্ত ট্ৰেডমাৰ্ক ফেশ্বন ইভেন্ট আৰু জিতুমণিয়ে যিখন অনুষ্ঠান আয়োজন কৰিছে তাত কোনোধৰণৰ চৰকাৰী স্বীকৃতি নাই; ইয়াৰ উপৰিও জিতুমণিয়ে বহুত নতুন প্ৰজন্মৰ ডিজাইনাৰৰ পৰা তেওঁৰ অনুষ্ঠানটোৰ বাবদ ভালে সংখ্যক টকাও সৰকাইছে।”

ডিজাইনাৰ প্ৰশান্ত ঘোষৰ সকীয়নিঃ "নৰ্থ ইষ্ট ইন্টাৰনেছনেল ফেশ্বন উইক" ৰ নাম চুৰি সন্দৰ্ভত আয়োজন সংবাদ মেলৰ- 4


জিতুমণি টেৰণে অতি সোনকালে তেওঁৰ অনুষ্ঠানটোৰ নাম সলনি নকৰিলে আগন্তুক দিনৰ ভিতৰত কঠোৰ ব্যৱস্থা হাতত ল’ম বুলিও সকীয়নি দিয়ে ডিজাইনাৰ প্ৰশান্ত ঘোষে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.