Rupaliparda.com
একচন চিকুৱেল সমৃদ্ধ "পাগলী"- 1

একচন চিকুৱেল সমৃদ্ধ “পাগলী”-

২০১৬ চনত মুক্তিপ্ৰাপ্ত একছন, ৰোমাঞ্চ আৰু ট্ৰেজেডী সমৃদ্ধ অসমীয়া ছবি “পাগলী” ত অভিনীত প্ৰস্তুতি পৰাশৰৰ অভিনয়ে সেইটো সময়ত দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। অসমীয়া অভিনেত্ৰী এগৰাকীৰ এনে একছন চিকুৱেলে দৰ্শকক আকৰ্ষিত নকৰাকৈ থকা নাছিল। ৰূপজ্যোতি বৰাৰ পৰিচালনা তথা কাহিনী আৰু চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছে প্ৰেমা দত্ৰ, বিশ্বেশ্বৰ দত্ত আৰু নিপ কোঁৱৰে।

একচন চিকুৱেল সমৃদ্ধ "পাগলী"- 2
একচন চিকুৱেল সমৃদ্ধ "পাগলী"- 3


“পাগলী” ত প্ৰস্তুতি পৰাশৰে দুটা ভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছে। গাঁৱৰ এগৰাকী সহজ-সৰল ছোৱালীয়ে কিছু ঘটনাৰ পাকচক্ৰত সোমাই অদ্ভূত আচৰণ কৰিবলৈ আৰম্ভ কৰে। এয়াই হৈছে ছবিখনৰ কাহিনীভাগ।

একচন চিকুৱেল সমৃদ্ধ "পাগলী"- 4


ছবিখনত অভিনয় কৰিছে নয়ন নিৰ্বাণ বৰুৱা,প্ৰস্তুতি পৰাশৰ, অৰুণ হাজৰিকা, সিদ্ধাৰ্থ কলিতা আৰু ৰমেন তামুলীয়ে। ছবিখনৰ গীতত কন্ঠদান কৰিছে জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী, প্ৰিয়ংকা ভৰালী আৰু ৰোহিত সোণাৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform