Rupaliparda.com

মুকলি পিছতেই জনপ্ৰিয় “ওৱণ্ডাৰ চিষ্টাৰচ” ৰ “বাবৰি-বাবৰি”-

ৰূপাংকৃতা-অলংকৃতাৰ কন্ঠত মুক্তি পালে এটি নতুন গীত “বাবৰি-বাবৰি”। যোৱা কিছুদিনৰ পৰাই দৰ্শকক বিভিন্ন পোষ্টেৰে উৎসাহী কৰি ৰখা “ওৱণ্ডাৰ চিষ্টাৰচ”-এ অৱশেষত মুকলি কৰিলে তেওঁলোকৰ কন্ঠত আধুনিক অসমীয়া গীতটি। মুক্তিৰ পিছতেই উক্ত গীতটিয়ে লাভ কৰিছে দৰ্শকৰ সমাদৰ। মুক্তিৰ কিছুসময় পিছতেই গীতটি উপভোগ কৰিছে প্ৰায় ১০ হাজাৰ দৰ্শকে।

মুকলি পিছতেই জনপ্ৰিয় "ওৱণ্ডাৰ চিষ্টাৰচ" ৰ "বাবৰি-বাবৰি"- 1


গীতটিৰ ভিডিঅ’টোত দুই ভগ্নীৰ সৈতে অভিনয় কৰিছে অভিনেতা কিশোৰ কুমাৰ দাস আৰু নিৰোপম শইকীয়াই। “বাবৰি বাবৰি” লিখাৰ লগতে ইয়াত সুৰ দিছে ৰমেন দানাহে আৰু ইয়াত সংগীত পুলক নাথৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.