Rupaliparda.com

“বাজাজ স্কুটাৰ” ত আহিলে ৰাকেশ ৰিয়ানঃ

বাজাজ স্কুটাৰ লৈ ইতিমধ্যে আহি পালে ৰাকেশ ৰিয়ান। বহু দিনৰ পৰাই দৰ্শকক উৎসাহিত কৰি ৰখা ৰাকেশ ৰিয়ানে মুক্তি দিলে “Maijaan Vol-4” ত অন্তৰ্ভূক্ত গীত “বাজাজ স্কুটাৰ”। বিহু সুৰীয়া এই গীতটিয়ে ইতিমধ্যে দৰ্শকক আকৰ্ষণ কৰিছে; যাৰ ফলাফল দেখিবলৈ পোৱা গৈছে গীতটিৰ ভিউৱাৰচৰ সংখ্যাত।

View this post on Instagram

Releasing tomorrow @10AM

A post shared by RAKESH REEYAN (@rakesh_reeyan_) on

"বাজাজ স্কুটাৰ" ত আহিলে ৰাকেশ ৰিয়ানঃ 1


গীতটি লিখিছে খিৰোদ দত্ত, দীপাংকৰ দেওঁঘৰীয়া আৰু কিশোৰ গোঁহাইয়ে। ইয়াৰ লগতে, গীতটিত সংগীত বিজয় শংকৰৰ। শুনক এই গীতটিঃ

Add comment

Your Header Sidebar area is currently empty. Hurry up and add some widgets.