বাজাজ স্কুটাৰ লৈ ইতিমধ্যে আহি পালে ৰাকেশ ৰিয়ান। বহু দিনৰ পৰাই দৰ্শকক উৎসাহিত কৰি ৰখা ৰাকেশ ৰিয়ানে মুক্তি দিলে “Maijaan Vol-4” ত অন্তৰ্ভূক্ত গীত “বাজাজ স্কুটাৰ”। বিহু সুৰীয়া এই গীতটিয়ে ইতিমধ্যে দৰ্শকক আকৰ্ষণ কৰিছে; যাৰ ফলাফল দেখিবলৈ পোৱা গৈছে গীতটিৰ ভিউৱাৰচৰ সংখ্যাত।

গীতটি লিখিছে খিৰোদ দত্ত, দীপাংকৰ দেওঁঘৰীয়া আৰু কিশোৰ গোঁহাইয়ে। ইয়াৰ লগতে, গীতটিত সংগীত বিজয় শংকৰৰ। শুনক এই গীতটিঃ
Add comment