Rupaliparda.com
পুত্ৰ-কন্যাৰ সৈতে আইমীয়ে যাঁচিছে "দিপান্বিতা" ৰ শুভকামনাঃ 1

পুত্ৰ-কন্যাৰ সৈতে আইমীয়ে যাঁচিছে “দিপান্বিতা” ৰ শুভকামনাঃ

দিপান্বিতা উৎসৱটি প্ৰায় প্ৰত্যেকজন ব্যক্তিৰে প্ৰিয়। এইটোৱে একমাত্ৰ এনে উৎসৱ যিয়ে সমগ্ৰ অসমৰ লগতে সকলোৰে হৃদয় পোহৰাই তোলে। এনে ধৰণৰ উৎসৱৰ আগমনত বহু চিলেব্ৰিটীয়ে নিজ নিজ চচিয়েল মিডিয়াত সাধাৰণজনক শুভকামনা জনোৱাৰ লগতে সুৰক্ষিত হৈ থাকিবলৈও অনুৰোধ কৰে।

পুত্ৰ-কন্যাৰ সৈতে আইমীয়ে যাঁচিছে "দিপান্বিতা" ৰ শুভকামনাঃ 2


কিন্তু, এনেক্ষেত্ৰত নিজাকৈ অনুৰোধ তথা শুভকামনা জনোৱাৰ লগতে নিজৰ সন্তানৰ সৈতে এটা মৰম লগা ভিডিঅ’ আপলোড কৰে অসমীয়া চলচিত্ৰ জগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী আইমীয়ে।


দিপান্বিতাক উদ্দেশ্যি কৰা পূজা তথা ইয়াৰ লগত সংলগ্ন কৰি বনোৱা আল্পনাৰ লগত আইমীয়ে নিজ পুত্ৰ-কন্যাৰ সৈতে যাঁচিছে অসমবাসীক দীপাৱলীৰ শুভকামনা। ভিডিঅ’টো বৰ্তমান চচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগতে সকলোৱে অভিনেত্ৰী গৰাকীৰ পোষ্টত কমেন্টো কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.