Rupaliparda.com
"নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক" ৰ প্ৰস্তুতি তুংগতঃ 1

“নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক” ৰ প্ৰস্তুতি তুংগতঃ

উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম ফেশ্বন ইভেন্ট “নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক চমুকৈ (NEIFW)” ৰ পঞ্চমটো সংস্কৰণৰ বৰ্তমান প্ৰস্তুতি তুংগত। চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ ১০ তাৰিখে গুৱাহাটী খানাপাৰা স্থিত লিলি হোটেলত অনুষ্ঠিত কৰা হ’ব ফেশ্বন উইকটোৰ বাবে অন্তিমটো গুৰুত্বপূৰ্ণ অ’ডিশ্বন।

"নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক" ৰ প্ৰস্তুতি তুংগতঃ 2


সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই নিজৰ স্থিতি মজবুত কৰি ৰখা জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষৰ দ্বাৰা আয়োজিত এই ইভেন্টটোৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে প্ৰমো”।


যুৱপ্ৰজন্মকে আদি কৰি শিশু তথা বিবাহিত মহিলা লগতে ফেশ্বন ডিজাইনাৰ, জুৱেলাৰী ডিজাইনাৰ আৰু এক্সেচৰী ডিজাইনাৰেও নামভৰ্তি কৰিব পাৰিব নৰ্থ-ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইকত। সৱিশেষ জানিবলৈ আপোনালোকে ফোন অথবা মেছেজ কৰিব পাৰে ৯৭০৬০০১২২০ নম্বৰত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.