Rupaliparda.com
৫৪সংখ্যক জন্মদিন কিং শ্বাহৰুখ খানৰঃ "মন্নত" ৰ বাহিৰত ভিৰ অনুৰাগীৰ- 1

৫৪সংখ্যক জন্মদিন কিং শ্বাহৰুখ খানৰঃ “মন্নত” ৰ বাহিৰত ভিৰ অনুৰাগীৰ-

শ্বাহৰুখ খানৰ অনুৰাগীৰ সংখ্যা নক’লেও হয়টো সকলোৱে বুজিব পাৰে। বলীউডৰ কিং শ্বাহৰুখ খানে আজি উদযাপন কৰিছে নিজৰ ৫৪ সংখ্যক জন্মদিন। জন্মদিনৰ দিনা শ্বাহৰুখৰ বাসগৃহ (মন্নত) ৰ বাহিৰত তেওঁৰ একাংশ অনুৰাগীয়ে আহি ভিৰ লগায়। চাওঁ আহক এই ভিডিঅ’-

https://www.instagram.com/p/B4VTji-HX3q/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B4VZWT6HkSc/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B4VZvf9HcQH/?utm_source=ig_web_copy_link


তেওঁ নিজ অনুৰাগীক নিৰাশ নকৰি ৰাতিয়ে বাসগৃহৰ ছাঁতত আহি উপস্থিত হয় আৰু সকলোকে দেখা কৰে। এইবাৰৰ জন্ম উৎসৱত কিং খানে কোনো ধৰণৰ পাৰ্টী নকৰে বুলি জানিবলৈ দিয়ে পত্নী গৌৰী খানে। পাৰ্টীৰ পৰিৱৰ্তে অভিনেতা গৰাকীয়ে ঘৰতে শান্ত হৈ নিজ জন্মদিন উদযাপন কৰিব বুলি জানিবলৈ দিয়ে তেওঁঁৰ পত্নীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform