Rupaliparda.com
মুনমী-অনন্যাই আনি আছে এখন নতুন ধাৰাবাহিক "বান্ধোন"- 1

মুনমী-অনন্যাই আনি আছে এখন নতুন ধাৰাবাহিক “বান্ধোন”-

অসমীয়া শিল্পী জগতৰ বৰ্তমান সময়ৰ দুগৰাকী মোহময়ী অভিনত্ৰী অনন্যা কাশ্যপ আৰু মুনমী কলিতা অভিনীত এখন নতুন অসমীয়া ধাৰাবাহিক আহি আছে আপোনালোকৰ মাজলৈ। ধাৰাবাহিকখনৰ কোনো আনুষ্ঠানিক ঘোষণা বৰ্তমানলৈ টেলিভিছন পৰ্দাত কৰা হোৱা নাই যদিও দুয়োগৰাকী অভিনেত্ৰীয়ে ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে দৰ্শকক এই বিষয়ে জানিবলৈ দিয়ে।

https://www.instagram.com/p/B4P2BbHlQXw/?utm_source=ig_web_copy_link
View this post on Instagram

#New# project# coming# soon#

A post shared by Munmi Kalita (@k.munmi) on

দুয়োগৰাকী অভিনেত্ৰী অভিনীত এই ধাৰাবাহিকখনৰ নাম হ’ব “বান্ধোন”। ধাৰবাহিকখন “ৰং” চেনেলত সম্প্ৰচাৰিত কৰা হ’ব বুলি ইতিমধ্যে মুনমী তথা অনন্যাই ফটোৰ কেপছনৰ জৰিয়তে দৰ্শকক জানিবলৈ দিয়ে। “বান্ধোন” ত অনন্যা আৰু মুনমীক কি লুকত দেখিবলৈ পোৱা যাব সেয়াও অভিনেত্ৰী দুগৰাকীয়ে ইতিমধ্যে জানিবলৈ দিছে।

ধাৰবাহিকখন “ৰং” চেনেলত সম্প্ৰচাৰিত কৰা হ’ব বুলি ইতিমধ্যে মুনমী তথা অনন্যাই ফটোৰ কেপছনৰ জৰিয়তে দৰ্শকক জানিবলৈ দিয়ে। “বান্ধোন” ত অনন্যা আৰু মুনমীক কি লুকত দেখিবলৈ পোৱা যাব সেয়াও অভিনেত্ৰী দুগৰাকীয়ে ইতিমধ্যে জানিবলৈ দিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform