Rupaliparda.com
ৰণৱীৰ কাপুৰক ইৰ্ষা কৰে অভিনেতা কাৰ্তিকেঃ 1

ৰণৱীৰ কাপুৰক ইৰ্ষা কৰে অভিনেতা কাৰ্তিকেঃ

আজিৰ তাৰিখত বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা হৈছে কাৰ্তিক আৰিয়ন। বৰ্তমান সময়ত তেওঁৰ ওচৰত ইমানেই বেছি ছবিৰ কাম আছে যে তেওঁ ইখনৰ পিছত সিখন ছবিৰ শ্বুটিঙত ব্যস্ত হৈ পৰিছে।

ৰণৱীৰ কাপুৰক ইৰ্ষা কৰে অভিনেতা কাৰ্তিকেঃ 2


কিন্তু ইয়াৰ পিছতো অভিনেতা গৰাকীয়ে ৰণৱীৰ কাপুৰক লৈ ইৰ্ষা অনুভৱ কৰে। ফিল্মফেয়াৰত দিয়া এটা সাক্ষাৎকাৰ যোগে এনে এক মন্তব্য প্ৰদান কৰে য’ত কাৰ্তিকে ৰণৱীৰৰ অভিনয়ক লৈ ইৰ্ষা অনুভৱ কৰো বুলি একেষাৰে জনায়।

ৰণৱীৰ কাপুৰক ইৰ্ষা কৰে অভিনেতা কাৰ্তিকেঃ 3


অভিনেতা গৰাকীয়ে কয় যে, ” আমি প্ৰত্যেকজন অভিনেতাই প্ৰত্যেকৰে ঠাইত ঠিকে আছো। সকলোৰে ছবি সমূহ বেলেগ যদিও আমি সদায় এটা স্থানত আহি লগ লাগি যাওঁ। বলীউডৰ ৰণৱীৰ কাপুৰ এনে এজন অভিনেতা; যাৰ কাম বহুত বেছি ধুনীয়া। তেওঁ যেনে ছবিত কাম কৰিছে; মই তাকেই লৈ ইৰ্ষা অনুভৱ কৰো।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.