Rupaliparda.com
ভূপেন মামাৰ গীতত কন্ঠদান কেইটিমান শিশুৰঃ আপ্লুত হৈ মূখ্যমন্ত্ৰীয়ে নিজেই গৈ উঠিলে ফটো- 1

ভূপেন মামাৰ গীতত কন্ঠদান কেইটিমান শিশুৰঃ আপ্লুত হৈ মূখ্যমন্ত্ৰীয়ে নিজেই গৈ উঠিলে ফটো-

অষ্টম সংখ্যক ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীত সমাধি ক্ষেত্ৰত উপস্থিত হৈ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সমাধি ক্ষেত্ৰত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় কেইটিমান শিশুৰ দ্বাৰা। ভূপেন মামাৰ “নতুন নতুন সাহ, আহিল নতুন সাহ” গীতটিত কন্ঠদান কৰি শিশুকেইটিয়ে অনু্ষ্ঠানটিৰ শুভাৰম্ভ কৰাৰ লগতে ড° ভূপেন হাজৰিকাক একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চাওঁ আহক কণমানি কেইটিৰ কন্ঠত এই গীতটিঃ

ভূপেন মামাৰ গীতত কন্ঠদান কেইটিমান শিশুৰঃ আপ্লুত হৈ মূখ্যমন্ত্ৰীয়ে নিজেই গৈ উঠিলে ফটো- 2


কণমানি কেইটিৰ গীতৰ পৰা আপ্লুত হৈ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজেই তেওঁলোকৰ লগত এখন ফটো উঠে। তেওঁলোকৰ প্ৰতিভাক প্ৰশংসা কৰি মূখ্যমন্ত্ৰীয়ে অকলেই গৈ তেওঁলোকৰ সৈতে ফটো উঠাৰ ইচ্ছা প্ৰকাশ কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.