Rupaliparda.com
১২ বছৰ বয়সতে কৰিছিল সংগীত পৰিচালনাঃ তৰালী শৰ্মাৰ কন্ঠত কেইটিমান গীত- 1

১২ বছৰ বয়সতে কৰিছিল সংগীত পৰিচালনাঃ তৰালী শৰ্মাৰ কন্ঠত কেইটিমান গীত-

এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী; যি গৰাকীয়ে নিজৰ ১২ বছৰ বয়সতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত এটি অনুষ্ঠানৰ বাবে সংগীত পৰিচালনা কৰে। নিজ কণ্ঠৰ মধুৰতাৰে শ্ৰোতাৰ হৃদয়ত বাস কৰা গায়িকাগৰাকীয়ে হৈছে তৰালী শৰ্মা। ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী মহিলা সংগীত পৰিচালিকা হোৱাৰ লগতে তৰালী শৰ্মাই ২০০৩ চনত মুক্তিপ্ৰাপ্ত ছবি “আকাশীতৰাৰ কথাৰে” ত ভক্তিমূলক “কাকুতি ঘোষা” শীৰ্ষক গীতটি গোৱাৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

১২ বছৰ বয়সতে কৰিছিল সংগীত পৰিচালনাঃ তৰালী শৰ্মাৰ কন্ঠত কেইটিমান গীত- 2


তৰালী শৰ্মাৰ গীতেই শ্ৰোতাক বাৰে বাৰে শুনিবলৈ বাধ্য কৰোৱায়; গতিকে আপোনালোকৰ বাবেই ৰূপালীপৰ্দাৰ ফালৰ পৰা আগবঢ়াইছো কন্ঠশিল্পী গৰাকীৰ কন্ঠৰ কেইটিমান গীতৰ লিংক। য’ত ক্লিক কৰাৰ লগে লগে শুনিবলৈ পাব তেওঁৰ মধুৰ কণ্ঠ-

১. আহিবা তুমি দুপৰ নিশা-

২.হেঙুলীয়া-

৩. অনুৰাগ তোমাৰ বাবে-

৪. ইমান অভিমান কিয় মই নাজানো-

৫.বৈ যায় (বৰনদী ভটিয়ায়)

৬. বুকু ভৰা এই নিশা যে

৭. কেতিয়াবা

৮. শুই থকা আৱেগ

… উপৰোক্ত গীতকেইটিৰ উপৰিও তৰালী শৰ্মাই কণ্ঠদান কৰা আৰু বহু গীত শ্ৰোতাৰ প্ৰিয়। গতিকে আপোনালোকে কমেণ্ট কৰি জনাওঁক তৰালী শৰ্মাৰ কোনটো গীত আপোনাৰ প্ৰিয়??

Add comment

Leave a Reply