Rupaliparda.com
ৰাণুৰ নিউ লুক হজম নাই হোৱা বহু জনৰঃ মিম বনাইও ছেয়াৰ ৰাণুৰ ফটো- 1

ৰাণুৰ নিউ লুক হজম নাই হোৱা বহু জনৰঃ মিম বনাইও ছেয়াৰ ৰাণুৰ ফটো-

নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ উঠা ৰাণু মণ্ডলে প্ৰায় বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। কন্ঠৰ পৰা ধৰি তেওঁৰ ব্যক্তিত্ব তথা কিছু কথাৰ বাবে কন্ঠশিল্পী গৰাকী বহু ৰূপত চৰ্চিত হৈ পৰিছে। পূৰ্বতে বিভিন্নজনৰ পৰা প্ৰশংসা আজুৰিবলৈ সক্ষম হোৱা ৰাণু মণ্ডল বৰ্তমান প্ৰায় জনসাধাৰণৰে সমালোচনাৰ সন্মুখীন হৈ পৰিছে।

ৰাণুৰ নিউ লুক হজম নাই হোৱা বহু জনৰঃ মিম বনাইও ছেয়াৰ ৰাণুৰ ফটো- 2


শেহতীয়াকৈ ৰাণু মণ্ডল চৰ্চালৈ আহিছে তেওঁৰ লুকৰ বাবে। উত্তৰ প্ৰদেশৰ এখন বিউটী পাৰ্লাৰত এক কাৰ্যসূচীত তেওঁ উপস্থিত হৈছিল আৰু তাতেই ৰাণুক সুন্দৰকৈ সজাই তোলা হয়।

ৰাণুৰ নিউ লুক হজম নাই হোৱা বহু জনৰঃ মিম বনাইও ছেয়াৰ ৰাণুৰ ফটো- 3
ৰাণুৰ নিউ লুক হজম নাই হোৱা বহু জনৰঃ মিম বনাইও ছেয়াৰ ৰাণুৰ ফটো- 4


কিন্তু ৰাণুৰ এই নতুন লুক যেন পচন্দ হোৱা নাই সাধাৰণজনৰ। চচিয়েল মিডিয়াত ৰাণুৰ ফটো ভাইৰেল হৈ পৰা লগতেই ফটোসমূহৰ মিম বনাইও ছেয়াৰ কৰা হৈছে। কিছু দিন পূৰ্বে ৰাণু মণ্ডলৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত তেওঁ নিজৰ অনুৰাগীক গালি দি থকা দেখিবলৈ পোৱা গৈছিল আৰু তেতিয়াৰ পৰাই ৰাণু মণ্ডলক “অহংকাৰী ৰাণু” ৰ আখ্যা দিয়া হৈছে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.