Rupaliparda.com
ৰণৱীৰৰ মুছত লাগিল নজৰঃ দীপিকীই কাটিলে স্বামীৰ মু্ছ- 1

ৰণৱীৰৰ মুছত লাগিল নজৰঃ দীপিকীই কাটিলে স্বামীৰ মু্ছ-

ৰণৱীৰ সিং আৰু দীপিকা পাডুকন বলীউডৰ এনে এক বিবাহিত যুঁটি যাৰ অনুৰাগীৰ সংখ্যা কৈ শেষ কৰিব পৰা নাযায়। দুয়ো তাৰকাই প্ৰায় নিজৰ অনুৰাগীক আকৰ্ষিত কৰিবলৈ চচিয়েল মিডিয়াত বিভিন্ন ফটো অথবা ভিডিঅ’ শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায়।

ৰণৱীৰৰ মুছত লাগিল নজৰঃ দীপিকীই কাটিলে স্বামীৰ মু্ছ- 2


কিছু দিন পূৰ্বে দুয়ো অভিনেতা/অভিনেত্ৰীয়ে নিজৰ বিবাহ বাৰ্ষিকী উপলক্ষে গল্ডেন টেম্পল আৰু তিৰুমালা মন্দিৰত কৰা পূজা অৰ্চনাৰ বিভিন্ন ফটো ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পিছতেই তেওঁলোকৰ আন এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত।

ৰণৱীৰৰ মুছত লাগিল নজৰঃ দীপিকীই কাটিলে স্বামীৰ মু্ছ- 3


দীপকাই ৰণৱীৰৰ মুছ কাটি থকা এটা ভিডিঅ’ ই বৰ্তমান দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ৬ ঘণ্টা ভিতৰত ইয়াক ৪ লাখতকৈও অধিক দৰ্শকে শ্বেয়াৰ কৰিছে। চাওঁক এই ভিডিঅ’-

https://www.instagram.com/p/B49NYjSnh50/?igshid=7ihgj2b1u1rf

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.