Rupaliparda.com
"খালি ভৰি" ৰ সৈতে আচুৰ্য্যই উদযাপন কৰিলে নিজৰ জন্মদিনঃ 1

“খালি ভৰি” ৰ সৈতে আচুৰ্য্যই উদযাপন কৰিলে নিজৰ জন্মদিনঃ

জন্মদিন উদযাপনৰ লগতেই আচুৰ্য্য বৰপাত্ৰই মুকলি কৰিলে তেওঁৰ নতুন গীত “খালি ভৰি”। সংগীত জগতৰ সৈতে জড়িত বিভিন্ন জন বিশিষ্ট শিল্পীৰ উপস্থিতত গীতটো মুকলি কৰি দিয়া হয় ৰাইজৰ মাজত।

"খালি ভৰি" ৰ সৈতে আচুৰ্য্যই উদযাপন কৰিলে নিজৰ জন্মদিনঃ 2


২৪ ঘণ্টা হোৱাৰ পূৰ্বেই গীতটিয়ে ১১ হাজাৰ লাইক পোৱাৰ লগতে ইয়াত ভিউৱাৰচৰ সংখ্যা হৈছে ৭০ হাজাৰতকৈও অধিক। গীতটিৰ এনে সফলতাত প্ৰথমবাৰৰ বাবে সংগীত জগতত লিখক ৰূপে খোজ পেলোৱা ৰিম্পী গগৈকো প্ৰশংসা কৰে জন্মদিন অনুষ্ঠানত উপস্থিত বিভিন্ন জনে।

"খালি ভৰি" ৰ সৈতে আচুৰ্য্যই উদযাপন কৰিলে নিজৰ জন্মদিনঃ 3


উল্লেখ্য যে, “খালি ভৰি” শীৰ্ষক গীতটিৰ ভিডিঅ’ প্ৰস্তুতিৰ বাবেও যো-জা কৰিছে কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.