Rupaliparda.com
অভিনেত্ৰী নিশিতা গোস্বামীৰ অতীত ৰোমন্থনঃ ভাইৰেল ফটো- 1

অভিনেত্ৰী নিশিতা গোস্বামীৰ অতীত ৰোমন্থনঃ ভাইৰেল ফটো-

২০০৮ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া জনপ্ৰিয় ছবি হৈছে “মন যায়”। দৰ্শকৰ ওপৰত বৰ্তমানেও ছবিখনৰ গানেই হওঁক অথবা সংলাপেই হওঁক; এই সকলোবোৰেই প্ৰভাৱ বিস্তাৰ কৰি ৰাখিছে। এনে পৰিপ্ৰেক্ষিততে, শ্বুটিংৰ সময়ছোৱাৰ এখন ফটো আপলোড কৰে অভিনেত্ৰী নিশিতা গোস্বামীয়ে।

View this post on Instagram

Mon Jai shooting ……old memories

A post shared by Nishita Goswami (@nishitagoswami01) on


“মন যায়” ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰা নিশিতা গোস্বামীয়ে অতীত ৰোমন্থন কৰি পোষ্ট কৰা ফটোখনে বৰ্তমান দৰ্শকক আকৰ্ষিত কৰি তোলাৰ লগতে ফটোখন ভাইৰেলো হৈ পৰিছে চচিয়েল মিডিয়াত। উক্ত “মন যায়” ছবিখনে ৫৬ তম ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ “শ্ৰেষ্ঠ অসমীয়া ছবি” ৰ সন্মান লাভ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform