Rupaliparda.com
দিল্লীৰ ৰাষ্টাত ফুচকাৰ সোঁৱাদ লৈছে পাপনেঃ 1

দিল্লীৰ ৰাষ্টাত ফুচকাৰ সোঁৱাদ লৈছে পাপনেঃ

সাধাৰণজনৰ লগতে চিলেব্ৰেটী সকলৰো “ষ্ট্ৰীট ফুড” ৰ প্ৰতি আকৰ্ষণ থকা দেখিবলৈ পোৱা যায়। তাতেই আকৌ দিল্লীৰ পাউভাজি আৰু ফুচকা; নাখায় নো কেনেকৈ পাৰি!! ঠিক এনে ক্ষেত্ৰতে, দিল্লীৰ “ষ্ট্ৰীট ফুড” ৰ সোঁৱাদ লৈছে এতিয়া অংগৰাগ পাপন মহন্তই।

দিল্লীৰ ৰাষ্টাত ফুচকাৰ সোঁৱাদ লৈছে পাপনেঃ 2


পাউভাজি,ফুচকাৰ সোঁৱাদ লৈ থকা ফটো আপলোড কৰি কেপছনত কন্ঠশিল্পী গৰাকীয়ে কয় যে দিল্লীলৈ বৰকৈ মনত পৰিছে। চাওঁক এই ফটোঃ

https://www.instagram.com/p/B5CvSX_jDXc/?utm_source=ig_web_copy_link


আপোনালোকক জনাই থওঁ যে, যোৱা ৭ নৱেম্বৰ তাৰিখে অংগৰাগ পাপন মহন্তই ৬০০ বছৰীয়া পূৰণা গুৰুজনাৰ বৰগীত সমূহক নিজ কন্ঠদান কৰি এখন শ্ৰব্য এলবাম “বৰগীত-ঘোষা সংকলন-১” মুকলি কৰে। নৱপ্ৰজন্মক বৰগীতৰ সৈতে চিনাকী কৰোৱাৰ প্ৰচেষ্টাৰে তেওঁ এই এলবামটি মুকলি কৰে বুলিও জানিবলৈ দিয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform