Rupaliparda.com
শ্বাহিদৰ বিপৰীতে "জৰ্সী" ত অভিনয় কৰিব মৃণাল ঠাকুৰেঃ 1

শ্বাহিদৰ বিপৰীতে “জৰ্সী” ত অভিনয় কৰিব মৃণাল ঠাকুৰেঃ

যেতিয়াৰ পৰাই তেলেগু ছবি “জৰ্সী” ৰ ৰিমেকৰ কথা দৰ্শকে জানিবলৈ পাইছে তেতিয়াৰ পৰাই আছলতে সমগ্ৰ দৰ্শক শ্বাহিদৰ নতুন ৰূপ চাবলৈ উৎসাহী হৈ পৰিছে। চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পিছৰ পৰাই অভিনেতা শ্বাহিদে ছবিখনৰ বাবে ক্ৰিকেটৰ ট্ৰেইনিং আৰম্ভ কৰিছে।

শ্বাহিদৰ বিপৰীতে "জৰ্সী" ত অভিনয় কৰিব মৃণাল ঠাকুৰেঃ 2


ইতিমধ্যে ছবিখনৰ সৈতে জড়িত আন এক খবৰেও বাতৰিৰ শিৰোনাম দখল কৰিছে। উল্লেখ্য যে, উক্ত ছবিখনত শ্বাহিদৰ সহঃ অভিনেত্ৰী ৰূপত থাকিব মৃণাল ঠাকুৰ।

শ্বাহিদৰ বিপৰীতে "জৰ্সী" ত অভিনয় কৰিব মৃণাল ঠাকুৰেঃ 3
শ্বাহিদৰ বিপৰীতে "জৰ্সী" ত অভিনয় কৰিব মৃণাল ঠাকুৰেঃ 4


“জৰ্সী” ছবিখনৰ তেলেগু সংস্কৰণৰ পৰিচালক গৌতমে এইবাৰো ছবিখনৰ হিন্দী সংস্কৰণটোৰ পৰিচালনা কৰিব। ছবিখন ২৮ আগষ্ট ২০২০ চনত ছবিগৃহত মুক্তি লাভ কৰিব।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.