Rupaliparda.com
এইবাৰ ভৃগুৰ "মণি বৌ"- 1

এইবাৰ ভৃগুৰ “মণি বৌ”-

চলিত বৰ্ষতে মুক্তিপ্ৰাপ্ত “ৰামধেনু”, “লাজে লাজে” শীৰ্ষক গীতৰ বহুল সফলতাৰ পিছত এইবাৰ ভৃগু কাশ্যপৰ কন্ঠৰে আহি আছে “মণি বৌ”। কন্ঠশিল্পী ভৃগু কাশ্যপৰ প্ৰায় প্ৰত্যেকটা গীতেই দৰ্শকৰ মাজত ইমানেই জনপ্ৰিয় যে তেওঁৰ গীতসমূহ মুক্তি পোৱাৰ পিছতেই অনুৰাগীৰ হিট লিষ্টত দেখিবলৈ পোৱা যায়।

https://www.instagram.com/p/B5Nxe6sBHO7/?utm_source=ig_web_copy_link
এইবাৰ ভৃগুৰ "মণি বৌ"- 2


ইনষ্টাগ্ৰাম যোগে পোষ্ট যোগে কন্ঠশিল্পী ভৃগুয়ে তেওঁৰ আহিবলগীয়া গীতক লৈ পুনৰ বাৰ নিজ অনুৰাগীক উৎসাহিত কৰি তুলিছে। “মণি বৌ” গীতটি লিখিছে শোণিত গগৈয়ে লগতে ইয়াত সুৰ দিছে শৰৎ মেছে আৰু গীতটিত সংগীত পলাগ গগৈৰ। উক্ত গীতটি মুক্তি কৰা হ’ব অহা ৪ ডিচেম্বৰ তাৰিখে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.