Rupaliparda.com
অসমৰ সুযোগ্য সন্তান পাপনৰ জন্মদিনঃ 1

অসমৰ সুযোগ্য সন্তান পাপনৰ জন্মদিনঃ

এগৰাকী সুযোগ্য অসম সন্তান; যাৰ কন্ঠই কেৱল অসমীয়াকে নহয়; অনুৰাগী কৰিছে বিভিন্ন বলীউড তাৰকাকো। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নাম উজ্বলোৱা এই গৰাকী হৈছে জনপ্ৰিয় কন্ঠশিল্পী খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ পুত্ৰ অংগৰাগ মহন্ত (বহুতৰেই বাবে পাপন)। অসমৰ এই গৰাকী সুযোগ্য সন্তানলৈ আমি ৰূপালী পৰ্দাৰ সমূহ কৰ্মকৰ্তাই তেওঁলৈ জনাইছো জন্মদিনৰ অশেষ শুভকামনা।

অসমৰ সুযোগ্য সন্তান পাপনৰ জন্মদিনঃ 2


পাপনে অসমীয়া চিনেমাকে ধৰি থিয়েটাৰ লগতে বলীউডৰো বিভিন্ন খন ছবিত গীত পৰিৱেশন কৰিছে। গীত পৰিৱেশন কৰাই আছলতে নহয়; তেওঁৰ ব্যতিক্ৰমী কন্ঠ তথা নতুনত্বৰ বাবে তেওঁৰ অনুৰাগীৰ সংখ্যাও যথেষ্ট। ২০০৫ চনতমুক্তিপ্ৰাপ্ত এলবাম “জোনাকী ৰাতি” আছিল অংগৰাগৰ কেৰিয়াৰ জীৱনৰ আৰম্ভণি।

অসমৰ সুযোগ্য সন্তান পাপনৰ জন্মদিনঃ 3


ইয়াৰ পিছতেই অংগৰাগৰ কন্ঠত মুক্তিপ্ৰাপ্ত কেছেট “চিনাকী অচিনাকী” য়ে তেওঁক জনসাধাৰণৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰোৱায়। পাপনক জন্মদিনৰ পুনৰ বাৰ শুভকামনা জনায় আপোনালোকলৈ আগবঢ়াইছো তেওঁৰ কন্ঠৰ কেইটিমান গীতঃ

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.