Rupaliparda.com
শিশু কেঞ্চাৰ ৰোগীক সহায়ৰ অৰ্থে আয়োজিত সংগীত প্ৰতিযোগিতাঃ 1

শিশু কেঞ্চাৰ ৰোগীক সহায়ৰ অৰ্থে আয়োজিত সংগীত প্ৰতিযোগিতাঃ

কেঞ্চাৰ ৰোগত আক্ৰান্ত শিশুসমূহক সহায়ৰ বাবে আয়োজিত কৰা হৈছে এক ব্যতিক্ৰমী অনুষ্ঠান। এই বেমাৰৰ সৈতে যুঁজ দিয়া শিশুসমূহক সহায়ৰ অৰ্থে আয়োজন কৰা হৈছে এক সংগীত প্ৰতিযোগিতাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰা হ’ব উক্ত সংগীত প্ৰতিযোগিতা খনৰ তৃতীয়টো সংস্কৰণ।

শিশু কেঞ্চাৰ ৰোগীক সহায়ৰ অৰ্থে আয়োজিত সংগীত প্ৰতিযোগিতাঃ 2


“সুপ্ৰভ” ৰ দ্বাৰা আয়োজিত এই সংগীত প্ৰতিযোগিতা খন গুৱাহাটী কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰৱনত অনুষ্ঠিত কৰা হৈছে। আজি অৰ্থাৎ ২৪ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ’ব এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতাখনৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.