Rupaliparda.com
পুনৰ ৰণদ্বীপ-ছলমানৰ মুখামুখিঃ 1

পুনৰ ৰণদ্বীপ-ছলমানৰ মুখামুখিঃ

অভিনেতা ৰণদ্বীপ হুড্ডাক ছলমান খানৰ সৈতে পুনৰ বাৰ ডাঙৰ পৰ্দাত একেলগে দেখিবলৈ পোৱা যাব। ৰণদ্বীপ হুড্ডাই “কিক” ছবিখনত ছলমান খানক সলনি কৰিছিল লগতে ছবি “চুলতান’ ত ৰণদ্বীপে ছলমানক প্ৰশিক্ষণ দিছিল আৰু পুনৰ বাৰ আগন্তুক ছবি “ৰাধে” ত দুয়োগৰাকী অভিনেতা মুখা-মুখি হ’ব।

পুনৰ ৰণদ্বীপ-ছলমানৰ মুখামুখিঃ 2
পুনৰ ৰণদ্বীপ-ছলমানৰ মুখামুখিঃ 3


ৰণদ্বীপ হুড্ডাই কয় যে এজন অভিনেতাই সকলো পৰিস্থিতি তথা সকলো ষ্টাইলক নিজৰ কৰি ল’বলৈ চেষ্টা কৰিব লাগে। সমান্তৰালভাৱে অভিনেতা গৰাকীয়ে ছলমান খানক উদ্দেশ্যি কয় যে “ছলমান মোৰ বহুত ভাল বন্ধু আৰু তেওঁৰ সৈতে কাম কৰিলে তেওঁ মোক উৎসাহিত কৰি তোলে। ছলমানৰ জৰিয়তে মোৰ কাম বহু লোকৰ ওচৰলৈ গৈছে আৰু মই সমাদৰো লাভ কৰিছো।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.