Rupaliparda.com
প্ৰেমৰ বন্যা নমালে সিদ্ধাৰ্থ-ৰশ্মিয়েঃ 1

প্ৰেমৰ বন্যা নমালে সিদ্ধাৰ্থ-ৰশ্মিয়েঃ

ৰিয়েলিটী শ্ব’ সমূহৰ ভিতৰত এটা উল্লেখযোগ্য শ্ব’ হৈছে “বিগ বছ”। বহুলোকে ইয়াক বিভিন্ন ধৰণেৰে উপলুঙা কৰিলেও কিন্তু এই ৰিয়েলিটী শ্ব’ টোৰ অনুৰাগীও যথেষ্ট। বৰ্তমান প্ৰচাৰিত এই চিজনটোত অন্তৰ্ভূক্ত দুটা নামে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। সেই দুটা নাম হৈছে ক্ৰমে সিদ্ধাৰ্থ শুক্লা আৰু ৰশ্মি দেশাই।

প্ৰেমৰ বন্যা নমালে সিদ্ধাৰ্থ-ৰশ্মিয়েঃ 2


“বিগ বছ ১৩” ৰ আৰম্ভণিৰ পৰাই এই দুয়োগৰাকী টেলিভিছন তাৰকাৰ মাজত কাজিয়া দৰ্শকে দেখিবলৈ পাইছিল। কাজিয়াৰ মাজতে দুয়োজনে দুয়োজনক কটু বাক্য কোৱাও দেখা গৈছিল। কিন্তু কালি হঠাৎ দুয়োগৰাকীক দেখিবলৈ পোৱা গ’ল এক নতুন ৰূপত।

প্ৰেমৰ বন্যা নমালে সিদ্ধাৰ্থ-ৰশ্মিয়েঃ 3


ৰোমান্টিক গীতৰ সৈতে প্ৰেমত হাবু-ডুবু খালে সিদ্ধাৰ্থ -ৰশ্মি। তেওঁলোকক এনেদৰে দেখি তেওঁলোকৰ অনুৰাগীয়েও বৰ্তমান আপ্লুত হৈ পৰিছে। তলত চাওঁক এই ভিডিঅ’-

https://www.instagram.com/p/B5QmwV7h1r0/?igshid=oxcq9bk6046u

Add comment

Leave a Reply