Rupaliparda.com
কিমান টকা ব্যয় কৰি আপুনি চাব বিচাৰে আপোনাৰ প্ৰিয় বলীউড তাৰকাক?? 1

কিমান টকা ব্যয় কৰি আপুনি চাব বিচাৰে আপোনাৰ প্ৰিয় বলীউড তাৰকাক??

অহা বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহলৈ গুৱাহাটী মহানগৰী ভৰি পৰিব বলীউড তাৰকাৰে। যোৱা ২৫ নৱেম্বৰ তাৰিখে তাজ ভিভান্তাত ৬৫ তম ফিল্মফেয়াৰ এৱাৰ্ডৰ বাবে অসম পৰ্যটন উন্নয়ন নিগম (এটিডিচি) আৰু দ্যা টাইমছ গ্ৰুপৰ মাজত চুক্তি সাক্ষৰ হয়।

কিমান টকা ব্যয় কৰি আপুনি চাব বিচাৰে আপোনাৰ প্ৰিয় বলীউড তাৰকাক?? 2


প্ৰথমবাৰৰ বাবে মুম্বাইৰ বাহিৰত অনুষ্ঠিত হ’বলগীয়া এই ফিল্মফেয়াৰ এৱাৰ্ডৰ টিকেটৰ নূন্যতম মূল্য হ’ব ১০ হাজাৰ টকা। ১০ হাজাৰৰ পৰা আৰম্ভ কৰি ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠান উপভোগ কৰিবলৈ ইচ্ছুক জনাধাৰণে টিকেট পাব ১২ হাজাৰ, ১৫ হাজাৰ, ৪০ হাজাৰ, ৫০ হাজাৰ, ৭৫ হাজাৰ, ১ লাখ ১০ হাজাৰ, ১ লাখ ৫০ হাজাৰ, ২ লাখ ২৫ হাজাৰ আৰু ৩ লাখলৈ।

কিমান টকা ব্যয় কৰি আপুনি চাব বিচাৰে আপোনাৰ প্ৰিয় বলীউড তাৰকাক?? 3


অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনায় যে উক্ত অনুষ্ঠানটোত সৰ্বা চৰকাৰে সৰ্বমুঠ খৰচ কৰিব ২৩ কোটি টকা। কিন্তু, এতিয়া প্ৰশ্ন হয়! ১০ হাজাৰ টকাৰ পৰা ৩ লাখলৈ থকা টিকেট ক্ৰয় কৰি কিমানজন সাধাৰণে উপভোগ কৰিব এই অনুষ্ঠান?? সাধাৰণ ৰাইজৰ বাবে এয়া কেনেকৈ সম্ভৱ?

কিমান টকা ব্যয় কৰি আপুনি চাব বিচাৰে আপোনাৰ প্ৰিয় বলীউড তাৰকাক?? 4


ৰূপালী পৰ্দাক জনাওঁক আপোনাৰ মতামত। আপুনি কি ভাৱে? কিমান টকা ব্যয় কৰি আপুনি চাব বিচাৰে আপোনাৰ প্ৰিয় বলীউড তাৰকাক??কমেন্ট কৰক আৰু আমাক জনাওঁক আপোনাৰ মতামত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.