বৰ্তমান”আমিষ” ৰ জ্বৰত ভুগিছে সমগ্ৰ অসমীয়া। বিভিন্ন আন্তঃৰাষ্ট্ৰীয়- ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ছবি সমাৰোহত মনোনীত হৈ ছবিখনে সমাদৰ লাভ কৰাৰ লগতে ঘৰুৱা ৰাইজৰো অধিক সংখ্যাত সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈ পৰিছে।

অসমৰ কেইবাটাও চিত্ৰগৃহত সফলতাৰে চলি থকা এই ছবিখনক লৈ নিজৰ মতামত পোষণ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচিত্ৰ সমালোচক ৰাজীৱ মাচাণ্ডে। তলত চাওঁক এই ভিডিঅ’-
“আমিষ” ৰ লগতে সমালোচক গৰাকীয়ে ছবিখনৰ শিল্পীদ্বয় ক্ৰমে লিমা দাস তথা অৰ্ঘদ্বীপৰ অভিনয়ৰ বিষয়েও মন্তব্য প্ৰদান কৰে। ভাস্কৰ হাজৰিকাৰ দ্বাৰা পৰিচালিত উক্ত ছবিখনে সমগ্ৰ অসমীয়াৰ মনতেই উৎসাহৰ সৃষ্টি কৰিছে।
Add comment