Rupaliparda.com

এইবাৰ “তুমি আহিলে” ৰ সৈতে দীপলিনাঃ

দীপলিনা বৰ্তমান ব্যস্ত তেওঁৰ আহিবলগীয়া নতুন গীত “তুমি আহিলে” ক লৈ। ইটোৰ পিছত সিটো জনপ্ৰিয় গীতেৰে দৰ্শকৰ হৃদয় জিনা এই গৰাকী কন্ঠশিল্পীৰ আগন্তুক এই গীতটিক লৈ উৎসাহী তেওঁৰ প্ৰত্যেক জন অনুৰাগী।

এইবাৰ "তুমি আহিলে" ৰ সৈতে দীপলিনাঃ 1


ইনষ্টাগ্ৰাম পোষ্টৰ দ্বাৰা নিজ কৰ্মৰাজিৰ উমান দিয়া দীপলিনাই আকৌ এবাৰ ব্যতিক্ৰমী ধৰণেৰে দৰ্শকক দেখুৱালে তেওঁৰ আহিবলগীয়া গীতৰ টিজাৰ। দীপলিনাৰ কন্ঠৰে পুনৰ বাৰ ৰোমান্টিক আধুনিক গীতৰ সোঁৱাদ ল’ব পাৰিব অসমীয়া দৰ্শকে। চাওঁক দীপলিনাৰ এই পোষ্টঃ

https://www.instagram.com/p/B5avMrJBVis/?utm_source=ig_web_copy_link

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.