Rupaliparda.com
"ফুল ফুলিছে বসন্ত" শীৰ্ষক জনপ্ৰিয় গীতটিৰ নেপালী সংস্কৰণঃ 1

“ফুল ফুলিছে বসন্ত” শীৰ্ষক জনপ্ৰিয় গীতটিৰ নেপালী সংস্কৰণঃ

২০০৫ চনৰ “জানমণি” ভিডিঅ’ চিডিৰ এটি জনপ্ৰিয় বিহুসুৰীয়া গীত ; গীতটি বৰ্তমানো দৰ্শকৰ বাবে সমানেই জনপ্ৰিয়। জুবিন গাৰ্গৰ কন্ঠৰে “ফুল ফুলিছে বসন্ত” শীৰ্ষক গীতটি হয়টো আপোনাৰ মনত আছে। । সৰু-ডাঙৰ প্ৰত্যেকেই গীতটি আদৰি লৈছিল সেইটো সময়ত।


কিন্তু, এই গীতটিৰ অসমীয়া নহয়; আজি আপোনালোকে শুনিবলৈ পাব “ফুল ফুলিছে বসন্ত” ৰ নেপালী সংস্কৰণ। নেপালী সংস্কৰণত সৃষ্ট এই গীতটি বৰ্তমান সমানেই জনপ্ৰিয় হৈ উঠিছে। গীতটিত কন্ঠদান কৰিছে তুষাৰ অৰ্জুনৰ লগতে সুৰেখা চেত্ৰীয়ে। তলত চাওঁক এই গীতটিঃ


এনে অসমীয়া গীত সমূহৰ যদি অইন ভাষাত সৃষ্ট সংস্কৰণবোৰ আপোনালোকে জানে তেতিয়াহ’লে কমেন্ট কৰি আজিয়ে জনাওঁক আমাক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform