Rupaliparda.com
পত্নী অনুষ্কা অভিনীত কোনখন ছবি প্ৰিয় বিৰাটৰ?? ক'লে নিজ মুখেঃ 1

পত্নী অনুষ্কা অভিনীত কোনখন ছবি প্ৰিয় বিৰাটৰ?? ক’লে নিজ মুখেঃ

বিৰাট কোহলীয়ে প্ৰায়ে পত্নী অনুষ্কা শৰ্মাৰ প্ৰতি থকা নিজ অনুভৱ ব্যক্ত কৰি আহিছে। বহু ক্ষেত্ৰত ক্ৰিকেটৰ গৰাকীয়ে অনুষ্কাক তেওঁৰ জীৱনৰ “চাপৰ্ট চিষ্টেম” বুলি আখ্যা দিছে। কিছু সময়পূৰ্বে হোৱা এক সাক্ষাৎকাৰত বিৰাটক যেতিয়া অনুষ্কা অভিনীত তেওঁৰ ভাল লগা ছবিখনৰ নাম সোধা হ’ল তেতিয়া বিৰাট কোহলীয়ে নাম ল’লে “এ দিল হে মু্ছকিল” ৰ।

পত্নী অনুষ্কা অভিনীত কোনখন ছবি প্ৰিয় বিৰাটৰ?? ক'লে নিজ মুখেঃ 2
পত্নী অনুষ্কা অভিনীত কোনখন ছবি প্ৰিয় বিৰাটৰ?? ক'লে নিজ মুখেঃ 3


তেওঁ কয় যে, “মোৰ সকলোতকৈ ভাল লগা ছবি “এ দিল হে মুছকিল” ত অনুষ্কাৰ চৰিত্ৰটো মোৰ বৰ প্ৰিয়। মইটো অনুষ্কাক এইটো কথা প্ৰায়ে কওঁ। মই কেতিয়াবা বহি থাকিলে ইউটিউব খুলি ছবিখনৰ এটা দৃশ্য উপভোগ কৰো য’ত অনুষ্কা কেঞ্চাৰৰ সৈতে যুঁজি থাকে আৰু ৰণৱীৰ পুনৰ ঘূৰি থাকে। সেই গানটো এতিয়াও মোৰ হৃদয়ত আছে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.