Rupaliparda.com
জীৱনৰ দ্বিতীয়টো ইনিংছ খেলিবলৈ প্ৰস্তুত ৰাকেশ ৰিয়ানঃ 1

জীৱনৰ দ্বিতীয়টো ইনিংছ খেলিবলৈ প্ৰস্তুত ৰাকেশ ৰিয়ানঃ

“বাজাজ স্কুটাৰ” মুক্তিৰ পিছতে ৰাকেশ ৰিয়ান ৰাওঁনা তেওঁৰ জীৱনৰ দ্বিতীয়টো ইনিংছ খেলিবলৈ। হয়, ঠিকেই শুনিছে। বিবাহৰ প্ৰস্তুতিত বৰ্তমান ব্যস্ত কন্ঠশিল্পী ৰাকেশ ৰিয়ান। কন্ঠশিল্পী গৰাকীৰ বন্ধু ও জনপ্ৰিয় গায়ক ভৃগু কাশ্যপে ৰাকেশ ৰিয়ানৰ “আঙুঠি পিন্ধোৱা” উৎসৱৰ চচিয়েল মিডিয়া বিভিন্ন ফটো পোষ্ট কৰি দৰ্শকক বিভিন্ন ধৰণে খবৰ দিয়া দেখিবলৈ পোৱা গৈছে।

https://www.instagram.com/p/B5ev2w_htLq/?utm_source=ig_web_copy_link


চাওঁ আহক এই ফটোঃ

জীৱনৰ দ্বিতীয়টো ইনিংছ খেলিবলৈ প্ৰস্তুত ৰাকেশ ৰিয়ানঃ 2
জীৱনৰ দ্বিতীয়টো ইনিংছ খেলিবলৈ প্ৰস্তুত ৰাকেশ ৰিয়ানঃ 3

Add comment

Leave a Reply