Rupaliparda.com
আইমীৰ পুত্ৰৰ সৈতে হোৱা ন-ফটোশ্বুটে মুহিছে দৰ্শককঃ 1

আইমীৰ পুত্ৰৰ সৈতে হোৱা ন-ফটোশ্বুটে মুহিছে দৰ্শককঃ

অসমীয়া চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাক প্ৰায়ে চচিয়েল মিডিয়াত একটিভ হৈ থকা দেখিবলৈ পোৱা যায়। বিভিন্ন ফটো আপডোলেৰে দৰ্শকক আকৰ্ষণ কৰি ৰাখে অভিনেত্ৰী গৰাকীয়ে। নিজ সন্তানৰ সৈতেও অভিনেতী গৰাকীয়ে বিভিন্ন ফটোশ্বুট কৰা দেখিবলৈ পোৱা যায়।

আইমীৰ পুত্ৰৰ সৈতে হোৱা ন-ফটোশ্বুটে মুহিছে দৰ্শককঃ 2


এনেক্ষেত্ৰতে, কিছুসময়পূৰ্বে আইমীয়ে চচিয়েল মিডিয়াত নিজ পুত্ৰৰ সৈতে কেইখনমান ফটো আপলোড কৰে; য’ত এতিয়া অভিনেতেী গৰাকীৰ অনুৰাগীৰ কমেণ্টৰ ভিৰ দেখা গৈছে। আইমী তথা পুত্ৰৰ এই লুকটোৱে বৰ্তমান মুহিছে প্ৰত্যেকজন দৰ্শকক। চাওঁক এই ফটোঃ

https://www.instagram.com/p/B5mH610B_-x/?utm_source=ig_web_copy_link


উল্লেখ্য যে,অভিনেত্ৰী আইমীক আগন্তুক অসমীয়া দুখনকৈ ছবিত দেখিবলৈ পোৱা যাব। সেই দুখন হৈছে ক্ৰমে “অন্বেষণ” আৰু “যাযাবৰ”।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.