Rupaliparda.com
"মই পগলা" ৰ সৈতে এইবাৰ বৰ্ণালী কলিতাঃ 1

“মই পগলা” ৰ সৈতে এইবাৰ বৰ্ণালী কলিতাঃ

অসমীয়াকে ধৰি কেইবাটাও ভিন্ন ভাষা ক্ৰমে কাৰ্বি, বড়ো, মিছিং, নেপালী, তিৱা, দেউৰী, অৰুণাছলী, নাগামিজ, বেংগলীত কন্ঠদান কৰা বৰ্ণালী কলিতা অসমৰ জনসাধাৰণৰ বাবেই হৈছে এক স্বাভিমান। তেওঁৰ কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত গীত “সাজনা” য়ে ইতিমধ্যে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল।

"মই পগলা" ৰ সৈতে এইবাৰ বৰ্ণালী কলিতাঃ 2

ইয়াৰ পিছতেই বৰ্ণালী ব্যস্ত হৈ পৰিছে তেওঁৰ আহিবলগীয়া প্ৰকল্প “মই পগলা” ক লৈ। চলিত মাহৰ ৪ তাৰিখে মুক্তি পাবলগীয়া এই গীতটিত সংগীত দিছে পৰাণ বৰকটকীয়ে।

Add comment

Leave a Reply