Rupaliparda.com
প্ৰিয়ম পল্লৱী আৰু উৎপল দাসৰ যুঁটিৰে "মইনাকণ বাখৰ"- 1

প্ৰিয়ম পল্লৱী আৰু উৎপল দাসৰ যুঁটিৰে “মইনাকণ বাখৰ”-

অসমীয়া সংগীত জগতৰ উল্লেখযোগ্য কন্ঠশিল্পী সমূহৰ ভিতৰত সুবাসনা দত্তৰ নাম একেবাৰেই শীৰ্ষত ল’লেও ভুল লোৱা নহ’ব। তেওঁৰ সংগীতে ইতিমধ্যে প্ৰায় প্ৰত্যেকজন শ্ৰোতাক মুগ্ধ কৰি অহাৰ লগতে অনুৰাগীৰ সংখ্যাও ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে।

প্ৰিয়ম পল্লৱী আৰু উৎপল দাসৰ যুঁটিৰে "মইনাকণ বাখৰ"- 2

ইনষ্টাগ্ৰাম যোগে কন্ঠশিল্পী গৰাকীয়ে নিজ প্ৰকল্প সমূহৰ আগজাননী দৰ্শকক দি আহিছে। ঠিক তেনেদৰে,সুবাসনাই তেওঁৰ আহিবলগীয়া গীত “মইনাকণ বাখৰ” ৰ বিষয়েও দৰ্শকক জানিবলৈ দিয়ে। চিন্ময় কৌশিক তথা জয় নিৰ্ভানৰ কথাৰে আহিবলগীয়া এই গীতটোত উৎপল দাস আৰু প্ৰিয়ম পল্লৱী অভিনয় কৰিছে। এই গীতটিত সংগীত দিছে পলাগ গগৈয়ে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.