Rupaliparda.com
নৰ্থ ইষ্ট ৰাইনো' ৰ সৈতে প্ৰতিদ্বন্দিতা গুজৰাট জায়েন্টচৰঃ 1

নৰ্থ ইষ্ট ৰাইনো’ ৰ সৈতে প্ৰতিদ্বন্দিতা গুজৰাট জায়েন্টচৰঃ

চলিত মাহৰ ২ তাৰিখৰ পৰা আৰম্ভ হোৱা Big Bout- Indian Boxing League ৰ আজিৰ খেল খন অনুষ্ঠিত হ’ব দিল্লীস্থিত ইন্দিৰা গান্ধী ষ্টেডিয়ামত। নৰ্থ-ইষ্ট ৰাইনো’ ৰ সৈতে আজি প্ৰতিদ্বন্দিতাত নামিব গুজৰাট জায়েন্টচ।

নৰ্থ ইষ্ট ৰাইনো' ৰ সৈতে প্ৰতিদ্বন্দিতা গুজৰাট জায়েন্টচৰঃ 2


সন্ধিয়া ৭ বজাৰ পৰা ষ্টাৰ স্পৰ্টচ তথা ষ্টাৰ স্পৰ্টচ এইচ.ডি আৰু প্ৰাগ নিউডত সম্প্ৰচাৰ কৰা হ’ব খেল খন। ৯০ মিনিট দৈৰ্ঘ্যৰ উক্ত বস্কিং খেল খনত তিনিটা ৰাউণ্ড থাকে। ভাৰতবৰ্ষৰ বিভিন্ন কোণৰ পৰা অহা ৬ টা টীমত মুঠ ১৪ জনকৈ খেলুৱৈ অন্তৰ্ভূক্ত কৰা হয়।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.