Rupaliparda.com
ব্যতিক্ৰমী ধৰণে প্ৰতিবাদ আৰম্ভ পৰিচালক জাহ্নু বৰুৱাৰঃ 1

ব্যতিক্ৰমী ধৰণে প্ৰতিবাদ আৰম্ভ পৰিচালক জাহ্নু বৰুৱাৰঃ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত নামিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন জনপ্ৰিয় পৰিচালক জাহ্নু বৰুৱা। ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ পৰা প্ৰত্যাহাৰ কৰিলে তেওঁৰ দ্বাৰা নিৰ্মিত ছবি “ভগা খিৰিকী” ৰ নাম। সমগ্ৰ দেশৰ বিভিন্ন জনৰ লগতে জাহ্নু বৰুৱাইও প্ৰতিবাদ আৰম্ভ কৰিলে ব্যতিক্ৰমীধৰণে।

ব্যতিক্ৰমী ধৰণে প্ৰতিবাদ আৰম্ভ পৰিচালক জাহ্নু বৰুৱাৰঃ 2
ব্যতিক্ৰমী ধৰণে প্ৰতিবাদ আৰম্ভ পৰিচালক জাহ্নু বৰুৱাৰঃ 3


পদ্মভূষণ বঁটা বিজয়ী পৰিচালক জাহ্নু বৰুৱাৰ সৈতে এই কামত সহযোগ কৰে “ভগা খিৰিকী” ৰ নায়িকা জেৰিফা ৱাহিদেও। জাহ্নু বৰুৱাৰ মতে দেশত যি ঘটিছে সেয়া দূৰ্ভাগ্যজনক। দেশত সংঘটিত এনে ঘটনা সমূহৰ ফলতেই তেওঁ নিজৰ ছবিখনক আঁতৰাই অনা বুলি মন্তব্য কৰে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.