Rupaliparda.com
ৰোমান্টিক থ্ৰীলাৰৰ সৈতে "হসীনা দিলৰুবা"- 1

ৰোমান্টিক থ্ৰীলাৰৰ সৈতে “হসীনা দিলৰুবা”-

তাপসি পান্নু আৰু বিক্ৰান্ত মেসী অভিনীত প্ৰথমখন ছবি “হসীনা দিলৰুবা” ই মুক্তি লাভ কৰা আগৰে পৰা দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে। ৰোমান্টিক থ্ৰীলাৰ খ খ্যাত এই ছবিখনৰ ইতিমধ্যে মুকলি কৰা হৈছে ফাৰ্ষ্ট লুক পোষ্টাৰ। পোষ্টাৰখনৰ পৰা দৰ্শকে ছবিখনৰ আকস্মিকতাৰ কিছু ধাৰণা লাভ কৰিবলৈ সক্ষম হৈছে।

ৰোমান্টিক থ্ৰীলাৰৰ সৈতে "হসীনা দিলৰুবা"- 2
ৰোমান্টিক থ্ৰীলাৰৰ সৈতে "হসীনা দিলৰুবা"- 3


বিনীত মেত্থ্যুৰ দ্বাৰা পৰিচালিত “হসীনা দিলৰুবা” হৈছে তেওঁৰ দ্বিতীয়খন ছবি। ইয়াৰ পূৰ্বে তেওঁ সিদ্ধাৰ্থ মালোহোত্ৰা আৰু পৰিণীতা চোপ্ৰা অভিনীত “হসী তৌ ফসী” ৰ পৰিচালক হিচাপে কাম কৰিছিল। তেওঁৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন ছবি “হসীনা দিলৰুবা” ই মুক্তি লাভ কৰিব ২০২০ চনৰ ১৮ চেপ্তেম্বৰ তাৰিখে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform