Rupaliparda.com
মানস ৰবীনৰ প্ৰতিবাদী গীত "বদনে আনিলে মান ঐ" - 1

মানস ৰবীনৰ প্ৰতিবাদী গীত “বদনে আনিলে মান ঐ” –

একাধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা গায়ক মানস ৰবীন অসমীয়া সংগীত জগতৰ এগৰাকী লেখত ল’বলগীয়া শিল্পী। ১৯৯৯ চনত মানস ৰবীনে লাভ কৰিছিল “য়ংগগেষ্ট মিউজিক ডাইৰেক্টৰ অৱ ফিছৰ ফিল্ম এৱাৰ্ড”। উল্লেখ্য যে, জনপ্ৰিয় এই সংগীত শিল্পী গৰাকী বিগত কেইবাদিনো ধৰি চলি থকা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত শিল্পী সমূহৰ সৈতে একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

মানস ৰবীনৰ প্ৰতিবাদী গীত "বদনে আনিলে মান ঐ" - 2


প্ৰতিবাদক কেন্দ্ৰ কৰিয়ে মানস ৰবীনে নিজে লিখি এক প্ৰতিবাদী সংগীতৰো সৃষ্টি কৰিছে। গীতটিৰ নাম হৈছে “বদনে আনিলে মান ঐ”। গীতটিত সংগীত কন্ঠশিল্পী গৰাকীয়ে নিজেই দিছে। প্ৰতিবাদী গীতটিত কন্ঠদান কৰিছে মানস ৰবীন, কল্লোল বৰঠাকুৰ, মৌচম গগৈ, অপূৰ্ব জান বৰুৱা, তৰুণ তন্ময়, প্ৰশান্ত ৰাজখোৱা আৰু ঋষি বৰুৱাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.