Rupaliparda.com
CAA বিৰোধিতাই কাল হ'ল অভিনেত্ৰী পৰিণীতিৰঃ 1

CAA বিৰোধিতাই কাল হ’ল অভিনেত্ৰী পৰিণীতিৰঃ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাই প্ৰত্যেক দিনাই এক নতুন মূৰ দেখিবলৈ পোৱা গৈছে। য’ত অসমীয়াৰ লগতে বলীউডৰ তাৰকা সকলেও এই আইনৰ বিৰোধিতাত চচিয়েল মিডিয়াতেই প্ৰতিবাদ সাবস্ত্য কৰি টুইট কৰিছিল।

CAA বিৰোধিতাই কাল হ'ল অভিনেত্ৰী পৰিণীতিৰঃ 2


কিন্তু, এই টুইটেই কাল হ’ল অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ। হাৰিয়ানাৰ “বেটী বচাওঁ, বেটী পঢ়াও” অভিযানৰ ব্ৰেণ্ড এম্বেচাদৰ ৰূপে থকা অভিনেত্ৰী পৰিণীতা চোপ্ৰাক নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ বাবে দিয়া টুইটৰ ফলত তেওঁক এই ব্ৰেণ্ড এম্বেচাদৰ পৰা আঁতৰাই দিয়া হয়। উক্ত বিষয়টো সন্দৰ্ভত কোনো পুষ্টি কৰা হোৱা নাই যদিও ইয়াৰ বিষয়ে চচিয়েল মিডিয়াত চৰ্চা হ’বলৈ ধৰিছে।

CAA বিৰোধিতাই কাল হ'ল অভিনেত্ৰী পৰিণীতিৰঃ 3


ইয়াৰ পূৰ্বেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা ফলত অভিনেতা সুশান্তক “সাৱধান ইণ্ডিয়া” শ্বো’ টোৰ পৰা উলিয়াই দিয়া হয়।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.