Rupaliparda.com
তেমুৰৰ বাৰ্থ ডে কেকে আকৰ্ষণ কৰিলে দৰ্শককঃ 1

তেমুৰৰ বাৰ্থ ডে কেকে আকৰ্ষণ কৰিলে দৰ্শককঃ

ছেইফ আলি খান আৰু কৰীণা কাপুৰৰ পুত্ৰ তেমুৰ আলি খানে আজি উদযাপন কৰিছে তেওঁৰ তৃতীয় সংখ্যক জন্ম বাৰ্ষিকী। চচিয়েল মিডিয়াত বিভিন্ন ফটো তথা ভিডিঅ’ ভাইৰেল হৈ থকা এইজন ষ্টাৰ কিডে জন্মৰ পিছৰ পৰাই লাভ কৰিছিল বৃহৎ সংখ্যাত অনুৰাগী।

https://www.instagram.com/p/B4Hj_QwAizC/?utm_source=ig_web_copy_link
তেমুৰৰ বাৰ্থ ডে কেকে আকৰ্ষণ কৰিলে দৰ্শককঃ 2


খ্ৰীষ্টমাছ থীম থকা তেমুৰৰ জন্মদিনৰ উৎসৱত তেওঁৰ কেকটো আছিল আকৰ্ষণীয়। তেমুৰৰ কেক কটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত।

Add comment

Leave a Reply