পুনৰ শৈশৱলৈ ধাৱমান কন্ঠশিল্পী ৰাকেশ ৰিয়ান। ক্ৰিকেট ফিল্ডত এটাৰ পিছত এটাকৈ ছিক্স মাৰিছে ৰাকেশ ৰিয়ানে। কিছুদিন পূৰ্বে নিজৰ যুগ্ম জীৱনৰ প্ৰথমটো চিৰিত খোজ দিয়া অৰ্থাৎ নিজৰ “এংগগেজমেন্ট” সম্পন্ন কৰা এই গৰাকী শিল্পীয়ে ফিল্ডলৈ গৈ সাধাৰণ কেইজনমান ল’ৰাৰ সৈতে লগ হৈ ক্ৰিকেট খেলিছে।

কন্ঠশিল্পী গৰাকীয়ে “চিক্স” মৰা ভিডিঅ’ ইনষ্টাগ্ৰাম যোগে পোষ্ট কৰাৰ লগে লগেই তাত অনুৰাগীয়ে কমেন্টেৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। তলত চাওঁক এই ভিডিঅ’-
Add comment