Rupaliparda.com
উপৰাষ্ট্ৰপতি নাইডুৰ দ্বাৰা বলীউড তাৰকাই লাভ কৰিলে ৰাষ্ট্ৰীয় বঁটাঃ 1

উপৰাষ্ট্ৰপতি নাইডুৰ দ্বাৰা বলীউড তাৰকাই লাভ কৰিলে ৰাষ্ট্ৰীয় বঁটাঃ

ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত ডিচেম্বৰ ২৩ তাৰিখে ৬৬ সংখ্যক নেশ্বনেল এৱাৰ্ডৰ আয়োজন কৰা হয় য’ত উপস্থিত থাকে উপৰাষ্ট্ৰপতি বেংকেয়া নাইডু। ইয়াৰ উপৰিও, এই অনুষ্ঠানত কেইবাগৰকীও বলীউডৰ তাৰকাকো দেখিবলৈ পোৱা যায়।

উপৰাষ্ট্ৰপতি নাইডুৰ দ্বাৰা বলীউড তাৰকাই লাভ কৰিলে ৰাষ্ট্ৰীয় বঁটাঃ 2


শ্ৰী ৰাম ৰাঘৱন দ্বাৰা পৰিচালিত তথা আয়ূমান খুৰানা আৰু তাবু অভিনীত ছবি “অন্ধাধুন” ক শ্ৰেষ্ঠ হিন্দী ছবিৰ বঁটা দিয়া হয়। ইয়াৰ লগতে, “পদ্মাৱত” ছবিখন বেষ্ট কৰিঅ’গ্ৰাফী আৰু সঞ্জয় লীলা ভঞ্চালিক বেষ্ট মিউজিক ডাইৰেক্টৰ খিতাপ দিয়া হয়।


“বধাই হো” ছবিখনে বেষ্ট এন্টাৰটেইনমেন্ট ছবিৰ বঁটা লাভ কৰাৰ সমান্তৰালকৈ “উৰিঃ ডা চাৰ্জিকেল ষ্ট্ৰাইক” ছবিখনে লাভ কৰে বেষ্ট বেকগ্ৰাউন্ড মিউজিক এৱাৰ্ড।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.