Rupaliparda.com

এইবাৰ “ৰেৱতী” ৰ সৈতে আহিব দীক্ষুঃ

অসমৰ গায়ক-গায়িকাৰ তালিকাখনত থকা এটা উল্লেখনীয় নাম হৈছে দীক্ষু শৰ্মাৰ। গীতসমূহক ব্যতিক্ৰমী ৰূপত প্ৰস্তুত কৰি ৰাইজৰ মাজত উলিয়াই দিয়া এই গায়ক গৰাকীৰ প্ৰায় প্ৰত্যেকটো গীতেই চুপাৰ হিট। তেওঁৰ সংগীতকে ধৰি তেওঁৰ পিন্ধন তথা তেওঁৰ ষ্টাইলৰ অনুৰাগীও অত্যাধিক লোক।

এইবাৰ "ৰেৱতী" ৰ সৈতে আহিব দীক্ষুঃ 1
View this post on Instagram

Stay tuned..

A post shared by Dikshu Sarma (@dikshu_sarma) on


“পাৰিজাত”, জিয়া লে লিয়া” ৰ পিছত এইবাৰ কন্ঠশিল্পী গৰাকীৰ কন্ঠত মুক্তি লাভ কৰিব বিহু গীত “ৰেৱতী”য়ে। চলিত বৰ্ষৰ শেষৰটো দিনত মুক্তি লাভ কৰিবলগীয়া এই গীতটি লিখিছে সুনীত গগৈয়ে আৰু ইয়াত কন্ঠদান কৰাৰ লগতে সংগীত দিছে দীক্ষুয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.