Rupaliparda.com

জুপিতৰা ভূঞাৰ বিষয়ে ৰূপালী পৰ্দাতঃ

অসমীয়া চলচিত্ৰ জগতত সফল নাম সমূহ যদি ল’বলগীয়া হয় তেতিয়াহ’লে এটা নাম ল’ব পাৰি অভিনেত্ৰী জুপিতৰা ভূঞাৰ। ২০০৫ চনৰ পৰা বৰ্তমান সময়লৈ সক্ৰিয় হৈ থকা এই অভিনেত্ৰী গৰাকী কেইবাখনো জনপ্ৰিয় ছবিৰ লগতে অসমীয়া প্ৰায়সমূহ ভিচিডিতো অভিনয় কৰিছে।

জুপিতৰা ভূঞাৰ বিষয়ে ৰূপালী পৰ্দাতঃ 1
জুপিতৰা ভূঞাৰ বিষয়ে ৰূপালী পৰ্দাতঃ 2


বৰষাৰাণী বিষয়া আৰু ৰবি শৰ্মাৰ বিপৰীতে জুপিতৰা ভূঞাই ২০০৫ চনত মুক্তিপ্ৰাপ্ত ছবি “হিয়াৰ দাপোণত তোমাৰে ছবি” ত অভিনয় কৰি অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ।

জুপিতৰা ভূঞাৰ বিষয়ে ৰূপালী পৰ্দাতঃ 3


ইয়াৰ উপৰিও,অভিনেত্ৰী গৰাকীয়ে অসমীয়া কহিনুৰ থিয়েটাৰত যতীন বৰাৰ বিপৰীতে অভিনয় কৰিছে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.