Rupaliparda.com

মনোৰঞ্জন কৰোৱাই দৰ্শকক আকৰ্ষিত কৰিছে গীতালিয়েঃ

গীতালী কলিতাৰ “প্ৰীতি ভৰা” ৰ সফলতাৰ পিছত এইবাৰ তেওঁৰ কন্ঠৰে আহি আছে “ঘপক কৈ”। ইনষ্টাগ্ৰাম যোগে বিভিন্ন পোষ্ট দি দৰ্শকক আকৰ্ষিত কৰি তোলাৰ লগতে তেওঁৰ আহিবলগীয়া উক্ত গীতটিৰ ভিডিঅ’ৰ শ্বুটিঙৰ সময়ছোৱাৰো বিভিন্ন পোষ্ট দৰ্শকৰ মাজত কন্ঠশিল্পী গৰাকীয়ে আপলোড কৰিছে।

https://www.instagram.com/p/B6ngqnthVQ0/?utm_source=ig_web_copy_link
মনোৰঞ্জন কৰোৱাই দৰ্শকক আকৰ্ষিত কৰিছে গীতালিয়েঃ 1
https://www.instagram.com/p/B6p23NqhJMP/?utm_source=ig_web_copy_link


তেওঁৰ শ্বুটিঙৰ সময়ছোৱাৰ বিভিন্ন পোষ্ট দি তাত দিয়া কেপছন সমূূহেৰে কন্ঠশিল্পী গৰাকীয়ে দৰ্শকক মনোৰঞ্জন কৰোৱাও দেখিবলৈ পোৱা গৈছে। “ঘপককৈ” গীতটি লিখিছে শোণিত গগৈয়ে আৰু ইয়াত সুৰ দিছে শোণিত গগৈ লগতে বিজয় শংকৰে। ইয়াত উপৰিও, গীতটিত সংগীতো হৈছে বিজয় শংকৰৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.