Rupaliparda.com

নিলোৎপল বৰাৰ “দূৰ হোৱা” ই আকৰ্ষিত কৰিলে দৰ্শককঃ

অসমীয়া সংগীত জগতত জনপ্ৰিয় এটা নাম হৈছে নিলোৎপল বৰাৰ। “মাজুলী” শীৰ্ষক গীতটোৰে দৰ্শকৰ হৃদয় জিনা এই গৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ক্ষেত্ৰতো নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে।

নিলোৎপল বৰাৰ "দূৰ হোৱা" ই আকৰ্ষিত কৰিলে দৰ্শককঃ 1


এইবাৰ এটি ৰোমান্টিক গীতেৰে দৰ্শকৰ মাজলৈ আহিছে নিলোৎপল বৰা। যোৱা কিছু সময় পূৰ্বে মুক্তিপ্ৰাপ্ত তেওঁৰ গীত “দূৰ হোৱা” ই আকৌ এবাৰ আকৰ্ষিত কৰিছে দৰ্শকক। কন্ঠশিল্পী গৰাকীৰ ব্যক্তিগত ইউটিউব চেনেলত মুক্তি লাভ কৰা এই গীতটিত শ্ৰোতাৰ প্ৰায় ধনাত্মক কমেন্ট দেখিবলৈ পোৱা গৈছে।


গীতটি লিখাৰ লগতে ইয়াত সংগীত আৰু কন্ঠদান কৰিছে কন্ঠশিল্পী গৰাকীয়ে নিজেই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.