হাঁহি-স্ফূৰ্তিৰে ইংৰাজী নৱবৰ্ষক আদৰিলে সাধাৰণ জনৰ লগতে চিলেব্ৰটীও। চচিয়েল মিডিয়াত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি বিভিন্ন পোষ্ট দিয়াও দেখিবলৈ পোৱা অসমীয়া কেইবাগৰাকীও জনপ্ৰিয় তাৰকাক।

চাওঁক এই পোষ্টসমূহঃ
হাঁহি-স্ফূৰ্তিৰে ইংৰাজী নৱবৰ্ষক আদৰিলে সাধাৰণ জনৰ লগতে চিলেব্ৰটীও। চচিয়েল মিডিয়াত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি বিভিন্ন পোষ্ট দিয়াও দেখিবলৈ পোৱা অসমীয়া কেইবাগৰাকীও জনপ্ৰিয় তাৰকাক।

চাওঁক এই পোষ্টসমূহঃ
View this post on InstagramWishing you all a very happy new year. God bless you.
A post shared by Priyanka Bharali (@priyankabharaliofficial) on
View this post on InstagramWish You All a Very Happy New Year 2020. Have a great year ahead
A post shared by Dikshu Sarma (@dikshu_sarma) on
গুৱাহাটী, ৭ ছেপ্টেম্বৰ: আৰ্য প্ৰডাকচনছে নিজৰ নাট্যযাত্ৰাৰ আন এক গুৰুত্বপূৰ্ণ অধ্যায় সংযোজন কৰি ৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত তেওঁলোকৰ দ্বিতীয়খন নাট্য প্ৰযোজনা ‘ৱহ কক্ষ’ মঞ্চস্থ কৰে। বি পাল্কীৰ ৰচনা আৰু...
|উৎপল মেনা “ভাইমনদা” -ৰ পৰিচালক শশাংক সমীৰে দ্বিতীয়খন চিনেমাৰ কাম আৰম্ভ কৰিছে। আশা কৰিছিলোঁ– প্ৰথম স্বাধীন পৰিচালনাতে সফলতাৰ কটা পৰিচালক গৰাকীৰ দ্বিতীয়খন পৰিচালনা জুবিন কেন্দ্ৰিক হ’ব! কিন্তু কালি...
|উৎপল মেনা মেলবৰ্ণত ৰীমা দাসৰ শেহতীয়া চিনেমি “Not a Hero” -ই Indian Film Festival of Melbourne (IFFM) 2026-ত লাভ কৰিলে শ্ৰেষ্ঠ ইণ্ডি চিনেমা (Best Indie Film)-ৰ বঁটা। –অসমীয়া চিনেমাৰ বাবে...
• Film features Dr Hazarika’s associates and several grassroots singers in its effort to assess the impact of his songs across generations. • An academic documentary through which the makers have sought to pay tribute...
অসমীয়া চলচ্চিত্ৰত সামাজিক বাস্তৱতাৰ বিভিন্ন দিশ সময়ে সময়ে কাহিনীৰ বিষয় হৈ আহিছে। সেই ধাৰাতেই কাইলৈ, ২৫ ছেপ্টেম্বৰৰ পৰা চিত্ৰগৃহলৈ আহিব নানান পাচনি পৰিচালিত “NRC – Nalparar Ramchandra”। ২ ঘণ্টা ২৫ মিনিট...
অসমীয়া চিনেমাৰ সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় যাত্ৰাত ২০২৬ চনৰ আগষ্ট মাহে এটা গুৰুত্বপূৰ্ণ অধ্যায় সংযোজন কৰিলে। অসমৰ পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ ‘কক কক ককক’-এ ইটালীৰ পিষ্টিচ্চিত অনুষ্ঠিত ২৭সংখ্যক লুকানিয়া ফিল্ম ফেষ্টিভেলত...
Rupaliparda is the No.1 Entertainment News Portal of Assam.
Copyright © 2026 Rupaliparda.com. Powered by Webx
Your Header Sidebar area is currently empty. Hurry up and add some widgets.
Add comment