Rupaliparda.com
দিল্লী চৰকাৰ দ্বাৰা ধন্যবাদ জ্ঞাপন হাৰ্টথ্ৰৱ জুবিন গাৰ্গকঃ 1

দিল্লী চৰকাৰ দ্বাৰা ধন্যবাদ জ্ঞাপন হাৰ্টথ্ৰৱ জুবিন গাৰ্গকঃ

দিল্লীৰ চৰকাৰক প্ৰশংসা কৰা অসমবাসীৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক এক টুইটযোগে ধন্যবাদ জ্ঞাপন কৰিলে অৰৱিন্দ কেজৰিয়ালে। বিগত কেইবাদিনো ধৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত উঠি-পৰি লাগিছিল কন্ঠশিল্পী জুবিন গাৰ্গ।

দিল্লী চৰকাৰ দ্বাৰা ধন্যবাদ জ্ঞাপন হাৰ্টথ্ৰৱ জুবিন গাৰ্গকঃ 2
দিল্লী চৰকাৰ দ্বাৰা ধন্যবাদ জ্ঞাপন হাৰ্টথ্ৰৱ জুবিন গাৰ্গকঃ 3


দিল্লীৰ মূখ্য মন্ত্ৰী কেজৰিৱালে কৰা বিৰোধিতাত জুবিন গাৰ্গে প্ৰশংসাও কৰা দেখিবলৈ পোৱা গৈছিল আৰু এই প্ৰশংসাৰ বাবেই ধন্যবাদ জনাই কেজৰিৱালে কয় যে, “ধন্যবাদ জুবিন, যদি আনি এনেদৰে মৰমৰ দেশখনক উন্নতিৰ পথত আগুৱাই নিব পাৰো, তেতিয়াহ’লে আমি স্বাস্থ্য আৰু শিক্ষাক অভিযানৰ গতিৰে আগবঢ়াই নিব পাৰিম”। উক্ত টুইটটোক কেন্দ্ৰ কৰি মুম্বাইস্থিত বিশাল দলডানীও অসম সন্তান জুবিন গাৰ্গক প্ৰশংসা কৰে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.